Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Friday, January 24, 2020
বাত বিষৰ হোমিঅপেথিক চিকিৎসাঃ
বৰ্তমান বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ১ শতাংশ লোক বাত ৰোগত আক্ৰান্ত। অতি যান্ত্ৰনা দায়ক এই ৰোগত পুৰুষৰ তুলনাত মহিলা সকল বেছিকৈ আক্ৰান্ত হোৱা দেখাযায়। প্ৰতি জন পুৰুষৰ বিপৰীতে ৩ গৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।
ৰোগীৰ মোচোকা খোৱাৰ দৰে, পেশী বা শৰীৰৰ গাঁঠি খোলকি যোৱাৰ দৰে বিষ হয়, কটাৰীৰে হাড়বোৰ যেন চাঁচি আছে এনেকুৱা অনুভব হয়, মাজনিশাৰ পাছত আৰু বৰষুণত তিতিলে বিষ বৃদ্ধি হয়, বিষ হোৱাৰ অংশত স্পৰ্শ কৰিলে ঘাঁহোৱাৰ দৰে অনুভব হয়।
হাতৰ আঙুলি আৰু হাতৰ সৰু গাঁঠিৰ বাত ৰোগত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয়। হাতৰ আঙুলিবোৰত বাত ৰোগৰ বাবে ফুলি টানহৈ থাকিলে এই ঔষধ লক্ষণ অনুসৰি ব্যৱহাৰ কৰা হয়।
hi I am Dr Hari
Subscribe to:
Post Comments (Atom)
-
হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভূগিলে কি খাবঃ উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই ...
-
Secondary Amenorrhoea:- Definition:-Secondary Amenorrhoea is the absence of menstruation for 6months or more in a woman in whom normal...
-
এই সমস্যা শিশুৰ পৰা বৃদ্ধলৈকে লকলোৰে হয় যদিও কিন্ত মহিলাসকলহে এই সমস্যাত বেছিকৈ ভাৰক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়।এই সংক্ৰমনৰ বাবে প্ৰস্ৰাৱ...
-
দেশত নিপা ভাইৰাচৰ আতংকঃ- কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল।...
-
আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে? ♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি ...
-
কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ? আমাৰ ৰাজহাড়দালক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশটো CERVICAL, দ্বিতীয় অংশটো THORACIC, ত...
-
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ঃ অমৰ লতা কি কি শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়? অমৰলতা ধাতুদূৰ্বল যৌন দূৰ্বলতা প্ৰেস্বাৱ জ্বলা প...
-
আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে বুলি কেনেকৈ জানিব? এজন ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে শৰীৰ আৰু মন ভালে থকাতো অতি জৰুৰী। যদি শৰীৰ...
No comments:
Post a Comment
Thanks