ভাৰত আৰু চিনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ

এক সমীক্ষাত চিনত প্ৰতি ৫ জন মানুহৰ এজন কেন্সাৰ বেমাৰত মৰে বুলি কোৱা হৈছে। সমীক্ষা অনুযায়ী অত্যাধিক ধপাত সেৱন কৰা, ৰোগ নিৰ্নয়ত পলম হোৱা, অস্বাস্থকৰ পৰিবেশ, দেশৰ সাধৰণ শ্ৰেণীৰ মানুহৰ মজত উপযুক্ত স্বাস্থ্যসেৱাৰ অভাবেই ভাৰতত কেন্সাৰ বেমাৰৰ প্ৰকোপ বৃদ্ধি মূল কাৰণ বুলি গন্যকৰা হৈছে।
আন্যহাতে সৰ্বসাধাৰণ মানুহৰ মাজত স্বাস্থ্য সম্প্ৰৰ্কীয় সজাগতাৰ অভাৱ আৰু পৰম্পৰাগত চিকিৎসা আৰু অন্ধবিশ্বাস, কূ-সংস্কাৰেও ভাৰতত এই ৰোগত মৃত্যুৰ সংখ্যা বঢ়াই তুলিছে। এই কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতত ব্যাপক সজাগতা অভিযানৰ প্ৰয়োজন আছে।
No comments:
Post a Comment
Thanks