ভাৰত আৰু চিনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ
ভাৰতৰ এটা বিখ্যাত নিউজ চেনেলতপ্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতত আতি দ্ৰুত গতিত বৃদ্ধি পাইছে কেন্সাৰ আক্ৰান্তৰ সংখ্যা। বৰ্তাম সময়ত পৃথীৱীৰ আধাতকৈও বেছি কেন্সৰ ৰোগীৰ বাসস্থান ভাৰত আৰ চিন।এচিয়া মহাদেশৰ এই দুই বৃহৎ উন্নয়নশীল দেশত এই দুৰাৰোগ্য ব্যাধিয়ে লক্ষ্য লক্ষ্য মানুহৰ জীৱন কাঢ়ি নিয়াৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নটো বাধা প্ৰদান কৰিছে্। প্ৰতি বছৰে ভাৰতত ১০ লক্ষ্যাধিক মানুহ এই কেন্সাৰ বেমাৰত আক্ৰান্ত হয়। ২০৩৫ চনত এই সংখ্যা ১৭ লাখৰো অধিক হোৱাৰ সম্ভাৱনা আছে।
এক সমীক্ষাত চিনত প্ৰতি ৫ জন মানুহৰ এজন কেন্সাৰ বেমাৰত মৰে বুলি কোৱা হৈছে। সমীক্ষা অনুযায়ী অত্যাধিক ধপাত সেৱন কৰা, ৰোগ নিৰ্নয়ত পলম হোৱা, অস্বাস্থকৰ পৰিবেশ, দেশৰ সাধৰণ শ্ৰেণীৰ মানুহৰ মজত উপযুক্ত স্বাস্থ্যসেৱাৰ অভাবেই ভাৰতত কেন্সাৰ বেমাৰৰ প্ৰকোপ বৃদ্ধি মূল কাৰণ বুলি গন্যকৰা হৈছে।

আন্যহাতে সৰ্বসাধাৰণ মানুহৰ মাজত স্বাস্থ্য সম্প্ৰৰ্কীয় সজাগতাৰ অভাৱ আৰু পৰম্পৰাগত চিকিৎসা আৰু অন্ধবিশ্বাস, কূ-সংস্কাৰেও ভাৰতত এই ৰোগত মৃত্যুৰ সংখ্যা বঢ়াই তুলিছে। এই কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতত ব্যাপক সজাগতা অভিযানৰ প্ৰয়োজন আছে।
No comments:
Post a Comment
Thanks