Dr Haris Well future

Thursday, April 19, 2018

ওলকচু

ওলকচু



৩. ওলকচু: English: Elephant Yam / Botanical: Amorpophyllus campanulatus, A.paeoniifolius,A. Bulbefer: কেঁচুমূৰীয়া ভালকৰাত সহায়ক আৰু গ্ৰহণী ৰোগ নাশক

চজিনা পাত



২. চজিনা পাত: English: Drum stick:Botanical:Moringa oleifera:  অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে,ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী শক্তি বৃদ্ধি কৰে আৰু যৌন দূৰ্বলতা নাশকৰে।

কেৰেলা


১. কেৰেলা পাত: English: Bitter gourd: Botanical: Momordica charantia:আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C  ৰ উৎস। মধুমেহ নিয়ন্ত্ৰনত সহায় কৰে, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু চালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে, শৰীৰৰ ছৰ্বি কমায়, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।