Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Sunday, October 28, 2018
সাৱধান চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক
সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ
কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰনৰ বেমাৰে বাঁহ লৈ ব্যতিব্যস্ত কৰি তোলে। বিভিন্ন ধৰনৰ বেক্টেৰীয়া, মাইক্ৰ বেক্টেৰীয়া, ভাইৰাচ, ফাংগাচ আদিয়েই এই বেমাৰ সমূহৰ বাহক হয়। আজি মই আপোনালোকক এনে কিছুমান বিচিত্ৰ সংবাদ দিবলৈ উলাইছো যিবোৰ শুনাৰ পাছত আপোনাৰ গাৰ নোম শিহৰি উঠিব আমি আমাৰ শৰীৰটো সদায় চাফচিকুন কৰি ৰাখো আৰু আমি ভাবো যে, আমি আমাৰ শৰীৰটো বিষয়ে সকলো কথা জানো। কিন্তু বিজ্ঞানী সকলে বহু গৱেষনাৰ অন্তত কিছুমান বিচিত্ৰ সত্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে।
(১)চকুৰ নোমঃ(demodex in eye hair)

DEMODEX
আমাৰ চকুৰ যিবোৰ নোম থাকে এই বোৰ আমাৰ চকুকেইটাত ধুলি-বালিৰ পৰা ৰক্ষা কৰে। কিন্তু আপুনি জানি আচৰিত হব যে এই নোমৰ উপৰত এক প্ৰকাৰৰ ভয়ংকৰ পোক থাকে যাৰ নাম demodex.অকল এই demodex এই নহয় ইয়াৰ উপৰিও আৰু কেইবা প্ৰকাৰৰ জীৱানু থাকে। যদি আপুনি মাইক্ৰস্কুপৰ দ্বাৰা আপোনাৰ চকুৰ নোম পৰীক্ষা কৰি চায় তেনেহলে এই DEMODEX নামৰ পোকটো দেখা পাব। 
(২)প্ৰতি চেকেণ্ডত মগজুৰ ৰাসায়নিক বিক্ৰিয়াৰ সংখ্যাঃ-
আপোনি জানে নে এক চেকেণ্ডত আমাৰ মগজুত কিমান বাৰ ৰাসায়নিক বিক্ৰিয়া হয়? এক লাখ হয়। থিকেই শুনিছে এক লাখ কেমিকেল ৰিয়েকচন আমাৰ মগজুত ঘটিত হৈ থাকে আৰু এই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থকাৰ বাবেই আমি জীয়াই থাকো। যদি ইয়াৰ এটা কম হৈ যায় তেতিয়া হলে মানুহ জীয়াই থাকিব নোৱাৰে।(৩)শৰীৰৰ তেজ হাজাৰ কিলোমিটাৰ দৌৰেঃ-
আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ তেজ সদায় দ্ৰুত গতিত চলাচল হৈ থাকে। কিন্তু আপুনি জানেনে তেজ কিমান কিলো মিটাৰ যায়। যদি আমি ইয়াৰ গতি জোখু তেতিয়া হলে গম পাব যে আমাৰ শৰীৰত তেজ প্ৰতি দিনে ১৯৩১২ কিলোমিটাৰ চলাচল কৰে। ইয়াক যদি আমি চাও তেনেহলে দেখিব যে ভাৰতৰ পৰা সুদুৰ আমেৰিকালৈ কে দূৰত্বৰ সমান গতি কৰে।
(৪) মগজুৰ ক্ষমতাঃ-
মানুহৰ চকু ৫৭৬ মেগাপিকচেল হয়। কিন্তু আপুনি জানেনে আমাৰ মগজু ২.৫ PB ৰ হয়। আমি যে কওঁ এই গানটো ৫ mb ৰ হয়, ফিলিম খন ৫ gb ৰ হয়, এতিয়া চাওঁক প্ৰথম হল
kb- kilobyte
mb - megabyte
gb- gigabyte
tb- terabyte
pb- petabyte
1000gb = 1tb, আৰু 100TB = 1PB, PB মানে পেটা বাইট। আৰু আমাৰ মগজুত 2.5PB ৰ তথ্য সঞ্চয় কৰিব পৰা ক্ষমতা আছে। যিটো গণনাৰ বাহিৰত। সৰ্ব্ব সাধাৰন মানুহেটো 1/2 PB ৰ ব্যৱহাৰ নকৰে কিন্তু যিসকল বিজ্ঞানী, বিদ্ব্যান তেনে ব্যক্তিয়ে চাগেনিজৰ জীৱন কালত 1PB লৈকে ব্যৱহাৰ কৰি লয়।
kb- kilobyte
mb - megabyte
gb- gigabyte
tb- terabyte
pb- petabyte
1000gb = 1tb, আৰু 100TB = 1PB, PB মানে পেটা বাইট। আৰু আমাৰ মগজুত 2.5PB ৰ তথ্য সঞ্চয় কৰিব পৰা ক্ষমতা আছে। যিটো গণনাৰ বাহিৰত। সৰ্ব্ব সাধাৰন মানুহেটো 1/2 PB ৰ ব্যৱহাৰ নকৰে কিন্তু যিসকল বিজ্ঞানী, বিদ্ব্যান তেনে ব্যক্তিয়ে চাগেনিজৰ জীৱন কালত 1PB লৈকে ব্যৱহাৰ কৰি লয়।
(৫)প্ৰতি দিনে গ্ৰহণ কৰা উশাহঃ-
আমি সকলোৱে উশাহ লওঁ কিন্তু আপুনি জানেনে আমি এদিনত কিমান বাৰ উশাহ লওঁ? ইয়াৰ উত্তৰ হল প্ৰায় ২৩১০০ বাৰ যদি আপুনি এথাইত বাহিলৈ এদিন হিচাপ কৰে তেতিয়া আপুনি গম পাব।(৬)এদিনৰ হাৰ্টবিটঃ
আমাৰ হৃদপিণ্ডটোৰ এদিনৰ হাৰ্টবিট প্ৰায় ১,১৫,২০০ বাৰ।(৭)জীৱন কালত এজন মানুহে ৫ বছৰ আন্ধাৰত কটায়ঃ-
আমি সদায় যিকোনো সময়তে চকুৰ পলক পেলাওঁ আৰু তেতিয়া ১ চেকেণ্ডৰ বাবে হলেও আমি নেদেখা হওঁ এই পলকত আন্ধাৰ হোৱা সময় খিনি লগ লগালে আমি গোটেই জীৱন কালত প্ৰায় ৫ বছৰ দিন আন্ধাৰত থকাৰ সমান হয়।(৮)শৰীৰৰ নাৰ্ভৰ দৈৰ্ঘ্যঃ-
আমাৰ শৰীৰ নাৰ্ভ সমূহ যদি জোৰা লগোৱা হয় তেতিয়া ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭৫ কিলো মিটাৰ হব।
(৯) হাঁচিৰ গতিঃ-
আমি সকলোৱে কিবা নহয় কিবা কাৰনত হাঁচি মাৰিব লগা হয়।যদি আমি এই হাঁচিৰ গতি জোখো তেতিয়া ইয়াৰ গতি হব ১৬০ কিলোমিটাৰ প্ৰতি ঘন্টাত।
(১৬)চালৰ পৰিৱৰ্তনঃSKIN SHED-
প্ৰতি দিনে এজন ব্যক্তিৰ ১০ লাখ চাল কোষ খহি পৰে। যদি ইয়াক জোখা হয় এক বছৰত মানুহৰ প্ৰায় ২ কেজি চাল সৰে।
(১৭) এজন ব্যক্তিৰ জীৱন কালৰ খাদ্যঃ-
এজন ব্যক্তিয়ে জীৱন ভৰ খোৱা খাদ্য যদি জোখা হয় তেনেহলে প্ৰায় ৩৫ টন হব।
Dr Harikanta Das
(১০)পকী দেৱালতকৈও মজবুট মানুহৰ হাড়ঃ-
মানুহৰ জংঘাস্থি অৰ্থাৎ ঠাইৰ হাড় সকলোতকৈ টান হয়। যদি ইয়াৰ মজবুটী জোখা হয় তেতিয়া গম পাব যে ইয়াৰ দৃঢ়তা কংকিততকৈও মজবুট হয়।(১২) আমাৰ হাওঁফাওঁ-
আমাৰ হাওঁফাওঁত থকা খালী ঠাইবোৰ এখন টেনিচ কটৰ সমান।(১৩)মানুহৰ মুখৰ ভিতৰত থকা অনুজীৱঃ-
আমাৰ মুখৰ ভিতৰত আমাৰ অজ্ঞাতেই এখন জীৱানুৰ ব্ৰহ্মাণ্ড আছে। যদি এই জীৱানুবোৰ হিচাপ কৰা হয় তেন্তে প্ৰায় ৭০০ কৌটি হব।(১৪)জিহ্বাৰ চাপঃ-
আমি জানো যে প্ৰতিজন মানুহৰে হাতৰ আঙুলিৰ চাপ বেলেগ বেলেগ হয়। কিন্তু আপোনি জানেনে আমাৰ জিহ্বাটো একক ধৰনৰ ৰেখা থাকে। যিবোৰ কোনো ব্যক্তিৰ কাৰো সৈতে নিমিলে।(১৫)মগজুৰ নিউৰনৰ সংযোগৰ গতিঃ
আপোনালোক জ্ঞাত যে আমাৰ মগজুৰ এটা নিউৰনে অন্য এটা নিউৰনৰ সৈতে যোগা যোগ ৰক্ষা কৰি চলে আৰু এই সংযোগৰ গতি যদি আমি জুখো তেতিয়া হলে গম পাব যে ৪০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত এটা নিউৰনে আনটোৰ লগত সংযোগ স্হাপন কৰে। যিটো এখন বোলেট ট্ৰেইনৰ গতিৰ সমান। আমাৰ মগজুত সদায় বৈদ্যুতিক সংবাহ প্ৰৱাহ অব্যাহত থাকে কিন্তু আমি গমেই নাপাওঁ।পৃথিৱীৰ সকলো বিলাক যন্ত্ৰৰ ভিতৰত আমাৰ মগজু এনে এটা যন্ত্ৰ যি নেকি ইমান বোৰ কাৰ্য সম্পাদন কৰে কোনো ধৰনৰ শব্দ নোহোৱাকৈ।(১৬)চালৰ পৰিৱৰ্তনঃSKIN SHED-
প্ৰতি দিনে এজন ব্যক্তিৰ ১০ লাখ চাল কোষ খহি পৰে। যদি ইয়াক জোখা হয় এক বছৰত মানুহৰ প্ৰায় ২ কেজি চাল সৰে।
(১৭) এজন ব্যক্তিৰ জীৱন কালৰ খাদ্যঃ-
এজন ব্যক্তিয়ে জীৱন ভৰ খোৱা খাদ্য যদি জোখা হয় তেনেহলে প্ৰায় ৩৫ টন হব।
Dr Harikanta Das
Thursday, October 4, 2018
ক্ৰিয়েটিনিন কিমান বাঢ়িলে কিডনি বেয়া হয়? what is a dangerous creatinine level
ক্ৰিয়েটিনিন কিমান বাঢ়িলে কিডনি বেয়া হয়?
আমাৰ দেশত প্ৰায় ১০ শতাংশ মহিলা আৰু ৭ শতাংশ পুৰুষ কিডনী ৰোগত আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি প্ৰতি এশ জন ভাৰতীয়ৰ ১৭ জনেই কিডনী সমস্যাত ভুক্ত ভোগী।
এই কিডনী ৰোগৰ বহু কাৰন আছে। তাৰ ভিতৰত উল্লেখযোগ্য কাৰন সমুহ হল-
(১) ডায়েবেটিডছ।
(২) উচ্চৰক্তচাপ।
(৩) বংশগত বা জেনেটিক কাৰণ যেনে-মেদবহুলতা আলস্য জীৱন যাপন, শাৰীৰিক অভাব।
(৫) অত্যাধিক মদ্যপ্ৰাণ।
(৬) অত্যাধি্ক ধূম্ৰপ্ৰাণ।
(৭) অত্যাধিক জ্বলা-পোৰো, তেল মচলা আদি খাদ্য খোৱা।
(৮) অত্যাধি মাছ মাংস খোৱা।
(৯) পৰ্যাপ্ত পৰিমানে পানী নোখোৱা।
(১০) ভিটামিন বি আৰু ডিৰ অভাৱ।
(১১) বিষনাষক দৰব আৰু এন্টিবায়টিক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা।
(১২) গ্ৰেষ্টিকৰ দৰব ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা আদি।
এতিয়া আহো মূল বিষয়লৈ-
ক্ৰিয়েটিনিনঃ
কিমান চিৰাম ক্ৰিয়েটিনিন লেৱেলত কিমান শতাংশ কিডনী বেয়া হব?
পুৰুষৰ প্ৰতি ডেচিলিটাৰ লিটাৰ তেজত ক্ৰিয়েটিনিনৰ স্বাভাৱিক মাত্ৰা হল - ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম।
মহিলা- প্ৰতি ডেচিলিটাৰ ০.৬ ৰ পৰা ১.১ মলিগ্ৰাম।
যদি-
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম হলে - ২৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিতাৰত ২ মিলিগ্ৰাম হলে ৫০% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ প্ৰতি ডেচিলিটাৰত পৰিমান ৩.৫ মিলিগ্ৰাম হলে ৭৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰত ৫ মিলিগ্ৰাম হলে ৯০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮মিলিগ্ৰাম প্ৰতি ডেচি লিতাৰ হলে ৯৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।
৪০ উদ্ধৰ ব্যক্তি সকলে পৰাপক্ষত বছৰৰ মূৰত এবাৰকৈ কিডনি সম্বন্ধীয় পৰীক্ষা কৰোৱা ভাল।
ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক-
ডাঃ হৰিকান্ত দাস।
Subscribe to:
Posts (Atom)
-
দেশত নিপা ভাইৰাচৰ আতংকঃ- কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল।...
-
আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে বুলি কেনেকৈ জানিব? এজন ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে শৰীৰ আৰু মন ভালে থকাতো অতি জৰুৰী। যদি শৰীৰ...
-
A Study on the Socio-economic Condition among the Hajongs of Lakhimpur District, Assam JYOTI HAZARIKA Department of Anthropology, D...
-
Baryta Carbonica is one of the effective medicine for Senile dementia. Loss of memory, mental weakness. Irresolute. Looses of confidence ...
