Dr Haris Well future

Saturday, August 4, 2018

BENEFITS OF WARM WATER || গৰম পানী খালে কি হয়?

*MEDICAL ALERT*
PLEASE SHARE THIS WITH FAMILY AND FRIENDS. IT MAY SAVE SOMEONE'S LIFE. Thanks. Stay blessed.
BENEFITS OF WARM WATER
A group of Japanese Doctors confirmed that warm water is100 % effective in resolving some health problems, including:-
Headache, migraine, high blood pressure, low blood pressure, pain of joints, sudden increasing and decreasing of heartbeat, Epilepsy, increasing level of cholesterol, cough, bodily discomfort, golu pain, asthma, hooping cough, blockage of veins, diseases related to uterus & urine, stomach problems, poor appetite, also all related diseases to the eyes, ear & throat.
HOW TO USE WARM WATER
Get up early in the morning and drink approximately 4 glasses of warm water when the stomach is empty. Do not eat anything 45 minutes thereafter.
You may not be able to make 4 glasses at the beginning, but slowly you will.✍
The warm water therapy will resolve many health issues within a reasonable period:
Diabetes in 30 days

Blood pressure in 30 days
Stomach related issues in 10 days
All types of cancer in 9 months
Blockage of veins in 6 months
Lack of hunger (Poor appetite?) in 10 days
Uterus and related diseases in 10 days
Nose, Ear & Throat problems in 10 days. 
Women problems(?) in 15 days, 
Heart diseases in 30 days
Headache/Migraine in 3 days
Low blood pressure in 30 days. 
Cholesterol in 4 months
Epilepsy and paralysis continously in 9 months
Asthma in 4 months.
COLD WATER IS BAD FOR YOU:-
In the past, people used to say that if cold water does not affect you at a young age, it will harm you in old age
Cold water closes 4 veins of the ♥ heart and causes heart attack ; Cold drinks are the main reason for Heart Attacks. 
Cold water creates problems in the liver; makes fat stick within the liver. Most of the people waiting for the transplant of liver are victims of cold water drinking. 
cold water affects the internal walls of the stomach. cold water affects the stomach and big intestine and results in cancer.
Please don't keep this to yourself, tell someone to tell someone.

Laryngitis Homoeopathic treatment || লেৰিংজাইটিছৰ হোমিঅ’পেথিক চিকিতসা


Laryngitis homoeopathic treatment|| লেৰিংজাইটিছৰ হোমিঅ’পেথিক চিকিতসা:

মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে।বাহিৰৰপৰা চালে অথবা হাতেৰে চুইচালে ত্ৰিভুজ আকাৰৰ যিটো উচ্চ অংশ পোৱা যায় ইয়াকে লাৰিংছ বোলা হয়। কিবা কাৰণত বা বিজানু সক্ৰমণ ঘটিলে লেৰিংছৰ ভিতৰৰ শ্লৈষ্মিক ঝিল্লিৰ প্ৰদাহ হ’ব পাৰে। লাৰিংছৰ ওপৰৰ অংশটোৰ নাম গ্লটিচ(শ্বাসনলীৰ দৰ্জা)। তাৰ ওপৰৰ অংশৰ নাম ইপিগ্লটিছ বা উপজিহ্বা। ইপিগ্লটিছ জিহ্বাৰ গুৰিতে থাকে। লেৰিংছ জিহ্বাৰ গুৰি আৰু ট্ৰেকিয়াৰ ঠিক মধ্যস্হলতে অৱস্হিত। লেৰিংছৰ তলৰ বিস্তৃত অংশৰ নাম ট্ৰেকিয়া।ডিঙিৰ ভিতৰৰ স্বৰনলীৰ শ্লৈষ্মিক ঝিল্লীৰ প্ৰদাহকে স্বৰযন্ত্ৰৰ প্ৰদাহ বা লেৰিংজাইটিছ বোলা হয়। স্বৰযন্ত্ৰৰ শ্লৈষ্মিক ঝিল্লি স্ফিত হৈ প্ৰদাহিত হয় আৰু এক ধৰণৰ আথাজাতীয় শ্লেষ্মা নি:সৰিত হয়।

ৰোগৰ লক্ষণঃ
১) এই ৰোগত সাধাৰণতে চৰ্দি, জ্বৰ, কাহ, ডিঙিৰ বিষ, ডিঙিৰ সুৰ-সুৰণি, ডিঙিৰ সুক সুক শব্দ আদি লক্ষণ দেখা দিয়ে।
২) কোনো কোনো ভোক নলগা, বমি বমি ভাব, সঘনাই কাহ-শ্বাসকষ্ট আদি লক্ষণে দেখা দিয়ে।
৩) শ্বাস-প্ৰশ্বাসত ঘেৰ-ঘেৰণি শব্দ হয়, কৰ্কষ স্বৰ, স্বৰ ভংগ, স্বৰ লোপ আদি লক্ষণে দেখাদিয়ে।
৪) কোনো কোনো সময়ত শ্বসকষ্ট প্ৰবলভাবে বৃদ্ধি পাই অৱসাদ আৰু প্ৰলাপ বকা লক্ষণেও দেখাদিব পাৰে।
৫) ৰোগীৰ ডিঙিৰ ভিতৰত কিবা বস্তু লাগি থকা কাঁইটে খুঁচি থকাৰ দৰে অনুভব হয়।
৬) সূতাৰ দৰে আঠাযুক্ত শ্লেষ্মা নি:সৰণ হয় আৰু ৰোগী অস্থিৰ হৈ পৰে।

লেৰিংজাইটিছৰ প্ৰকাৰ

লেৰিংজাইটিছ সাধাৰণতে দুই প্ৰকাৰ হব পাৰে। যেনে- নতুন অৰু পুৰনি। নতুন লেৰিংজাইটিছ লক্ষণ অনুজায়ী বিভিন্ন প্ৰকাৰৰ হব পাৰে। যেনে- একুইট ক্যাটৰাছ( Acute catarrhal Laryngitis), ছাবমিউকাছ( Sub- mucus Laryngitis), ইডিমেটাছ( Edematous Laryngitis), চিফিলিটিক( Syphilitic Laryngitis), টিউবাৰ কিউলাছ( Tuberculous Laryngitis), লেৰিংজাইটিছ ষ্ট্ৰিতুলাচ ইত্যাদি। আমি ঘুংডি কাহ বা ক্ৰুপ বুলি যি একপ্ৰকাৰ যন্ত্ৰনাদায়ক কাহৰ লক্ষণ দেখিবলা পাওঁ ইও প্ৰকৃততে লেৰিংজাইটিছৰ এক লক্ষণ বিশেষ। সাধাৰণতে লক্ষণৰ ওপৰত ভিত্তিকৰিহে লেৰিংজাইটিছৰ শ্ৰেণী নাৰুপণ কৰা হয়। তলত লেৰিংজাইটিছৰ বিভিন্ন শ্ৰেণীৰ এক থুলমুল আলোচনা আগবঢ়োৱা হ’ল।

১) একুইট ক্যাটৰাছ লেৰিংজাইটিছঃ(Acute catarrhal Laryngitis) 
এই ধৰণৰ ৰোগত সাধাৰণতে বয়স্কৰ লোককেহ আক্ৰান্ত হোৱা দেকিবলৈ পোৱা যায় যদিও বহুক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখাযায়। এই ৰোগ প্ৰথমে সাধাৰণ চৰ্দি-কাহৰ লক্ষণৰ পৰাই আৰম্ভ হয়। একুইট ক্যাটৰাছ লেৰিংজাইটিছৰ উল্লেখযোগ্য লক্ষণ সমুহ হৈছে ডিঙিৰ নলী শুকাই যোৱাৰ লগতে সংকোচন বোধ কৰা। লেৰিংজাইটিছ আৰু ট্ৰেকিয়াৰ মাজত জ্বলা-পোৰা ভাব, সুৰসুৰণী অনুভৱ কৰা, ডিঙিৰ প্ৰচণ্ড বিষ অনুভব কৰা। ডিঙিৰ বিষ ইমান বেছি যে ৰোগীয়ে কথাকওঁতে, কিবা খালে, কাহিলে, আনকি ঢোক গিলিলেও বৰকষ্ট পায়। শ্বাস-প্ৰশ্বাস লওঁতেও কষ্টপায়। কণ্ঠস্বৰ কৰ্কষ হয়। সময়ে সময়ে আপেক্ষিক কাহ, বিভিন্ন প্ৰকাৰৰ শব্দ যুক্ত কাহ, ডিঙিৰ ভিতৰত শ্লেষ্মা লাগিথকাৰ কাৰণে সদায় গলখেকাৰি দিব লগা হয়। প্ৰথম অৱস্থাত শুকান কাহ হয় আৰু আথাৰ দৰে খেকাৰ কম পৰিমানে বাহিৰ হয়। গাৰ ছাল শুকান আৰু নাৰীৰ গতি দ্ৰুত হয়। ৰোগীৰ পিয়াহ আৰু কৌষ্টকাঠিন্য ভাব থাকে। ৰোগী লাহে লাহে দূৰ্বল আৰু অৱশ হৈ পৰে।
২) ছাবমিউকাছ লেৰিংজাইটিছৰঃ(Sub- mucus Laryngitis) 
ই ওকপ্ৰকাৰ কঠিন ৰোগৰ লক্ষণ বিশেষ। ইয়াত গভীৰতম কোষসমুহ ক্ৰান্ত হয়। একুইট ক্যাটৰাছ লেৰিংজাইটিছৰ কিছু কিছু লক্ষণ ছাবমিউকাছ লেৰিংজাইটিছ ৰিংজাইটিছটো দেখিবলৈ পোৱা যায়। যেনে- লেৰিংছ অত্যাধিক ফোলিওঠে আৰু প্ৰচণ্ড প্ৰদাহ ভাৱৰ সৃষ্টিহয়।কোনোধৰণৰ দ্ৰব্য বা পানী গিলিব নোৱাৰে, অসহ্য যন্ত্ৰনা অনুভৱ কৰে। শ্বাস কষ্ট বা গলাৰ ভিতৰত বিষ থাকে। কাহোতে, খাওঁতে বা কথাকওঁতে, নিশ্বস এৰোতে বা বাহিৰৰ পৰা চাপ দিলেও বেদনা বৃদ্ধি হয়। দেহৰ তাপ মাত্ৰা ১০২ পৰা ১০৩/৪ ডিগ্ৰী পযন্ত হব পাৰে। প্ৰচণ্ড শ্বাসকষ্ট এই ৰোগৰ প্ৰধান উপসৰ্গ। অক্ৰান্ত স্থানৰ কলা সমুহ নষ্টহৈ যায় আৰু শ্বাস বন্ধহৈ ৰোগি মৃত্যু মুখত পৰিবও পাৰে। দীৰ্ঘ সময় ধৰি একো খাব নোৱাৰাৰ ফলত ৰোগী একেবাৰে দূৰ্বল হৈ পৰে।

৩) ইডিমেটাছ লেৰিংজাইটিছঃ(Edematous Laryngitis) 
এই ৰোগৰ প্ৰধান লক্ষণ হ’ল গ্লটিছৰ স্ফীতি।এই স্ফীতি ভাব লাহে লাহে বাঢ়িগৈ ভয়ংকৰ ৰুপ ধাৰণ কৰে আৰু প্ৰদাহ সৃষ্টি হয়। ৰোগীৰ মনত ভাব হয় যেন ডিঙিত কিবা এটা লাগি আছে। শ্বাস-প্ৰশ্বাসত কষ্ট হয় আৰু শ্বাস-প্ৰশ্বাসৰ সময়ত একধৰণৰ অদ্ভুত শব্দ হয়। আনহাতে সম্পুৰ্ণ স্বৰ লোপ হ’বও পাৰে আৰু দেহত যথেষ্ট তাপ বৃদ্ধি হ’বও পাৰে। ৰেগীয়ে অনবৰতে জ্বৰ জ্বৰ অনুবৱ কৰি থাকে অৰি দূৰ্বলতা ও অৱসন্নতা অনুভৱ কৰে।

৪) চিফিলিটিক লেৰিংজাইটিছঃ(Syphilitic Laryngitis)
এই ৰোগত যিকোনো বয়সৰ লোকেই অক্ৰান্ত হ’ব পাৰে। বিশেষকৈ দুটা কাৰণত এই ৰোগত আক্ৰান্ত হ’ব পাৰে-প্ৰথমটো বংশগত আৰু দ্বিতীয়টো স্ব-আৰ্জিত। এই দুটা কাৰণত আক্ৰান্ত ৰোগে বহুতো লক্ষণ প্ৰকাশকৰে। যেনে-স্বৰ ভংগ, শ্বাসকষ্ট, কাহ,কাহিলে অতি সামান্য কফ ওলোৱা, কোনো কোনো সময়ত উশাহ বন্ধহোৱাৰো উপক্ৰম হয়। এই ৰোগত ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ, গ্লচিছ এই সকলো বিলাক আক্ৰান্ত হ’ব পাৰে। সেইকাৰণে যিকোনো খাদ্য, পানী খালে ৰোগীয়ে ভীষণ কষ্ট পায়। এই ৰোগৰ প্ৰথম প্ৰৰ্যায়ত সামান্য ডিঙিৰ সুৰ সুৰণি, গলাধৰা, স্বৰ লোপ, কাহ, চৰ্দি আদিয়ে দেখাদিয়ে। কিন্তু যেতিয়া ৰোগে যতিল ৰুপধাৰণ কৰে তেতিয়া ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ আৰু গ্লচিছত ঘাঁৰ সৃষ্টি কৰে। দিন বাঢ়ি যোৱাৰ লগে লগে এই ক্ষত সমুহ গভিৰ আৰু মাৰাত্মক হৈ খদ্যখালে ৰোগীয়ে অত্যন্ত কষ্ট পায়। পূজঁ মিশ্ৰিত শ্লেষ্মা কফৰ লগত দেখা যায়। এই ঘাঁ সমুহ নকমিলে পূঁজৰ লগতে কেতিয়াবা প্ৰচুৰ ৰক্ত স্ৰুতও দেখাযায়। ইয়াৰ ফলত ৰোগীৰ শ্বাস বন্ধহৈ মৃত্যু মুখতো পৰিব পাৰে। অৱশ্যে এনেধৰণৰ লক্ষণকে লেৰিংছৰ কেন্সাৰ বুলি অভিহিত কৰা হয়।
৫) টিউবাৰ কিউলাছ লেৰিংজাইটিছঃ(Tuberculous Laryngitis) 
এই ৰোগত অক্ৰান্ত ৰোগীক চিনাক্ত কৰাৰ লক্ষণ সমুহ হ’ল- প্ৰথমে লেৰিংছত সুৰ সুৰনি অলপ অলপ কাঁহ, পিছত স্বৰভংগ আৰু তাৰ পিছত সম্পূৰ্ণ স্বৰ লোপ। কাহত তেজৰ কণিকা মিশ্ৰিত পুঁজ বাহিৰ হয়। কাহিলে লেৰিংছত ভয়ানক বিষ হয় আৰু বিষ কান পৰ্যন্ত বিস্তৃত হয়। যিকোনো খাদ্যবস্তু গিলিলে বা সেপ ধুকিলেও খুওব কষ্ট হয়। ৰোগ বঢ়াৰ লগে লগে এই উপৰ্সগই জটিল ৰুপ ধাৰণ কৰে। লেৰিংছৰ ঘাঁ লাহে লাহে বৃদ্ধি হৈ থাকে। এই ঘাঁ লাহে লাহে ফেৰিংছ, লেৰিংছ. ইপিগ্লটি, গ্লচিছত আদিলৈ বিয়পি পৰে। ই অতি ভয়ঙ্কৰ প্ৰকৃতিৰ ৰোগ। ৰোগৰ আৰম্ভনিতে চিকিতসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। 

লেৰিংনজাইটিছত ব্যৱহাৰ হোৱা হোমিঅ’পেথিক ঔষধঃ

হোমিঅ’পেথিক চিকিতসাত কোনো ৰোগৰ চিকিতসা কৰা নহয়, বৰঞ্চ ৰোগীকহে চিকিতসা কৰা হয়। গতিকে উপযুক্ত ভাবে ৰোগিক অধ্যয়ণ কৰি ৰোগৰ সোঠিক কাৰণ দনাৰ পিছত ৰোগীক চিকিতসা প্ৰদান কৰি এশ শতাংস ৰোগ মুক্ত কৰিব পাৰি। ইয়াত কিছুমান ঔষধৰ লক্ষণ অনুযায়ী থুল মুল বৰ্ণা দাঙি ধৰা হ’ল যদিও প্ৰয়োগৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ’পেথিক চিকৃতসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগ বঢ়োৱা হ’ল।
Aconite: লেৰিংজাইটিছ আৰম্ভ হোৱাৰ প্ৰথম অৱস্থাত Aconite 30/200 ঔষধ টো সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগ বৃদ্ধি হ’ব নোৱাৰে।
Belladonna: নতুন লেৰিংজাইটিছ হঠাত ঠাণ্ডালাগি হ’লে Belladonna প্ৰযোজ্য হয়।লেৰিংছত ভয়াৱহ বিষ হয়, সকলো সময়তে ডিঙিৰ ভিতৰটো শুকাই থাকে। ডিঙিৰ ভিতৰত কিবা লাগিথকাৰ দৰে অনুভৱ হয়। ডিঙী সুৰ সুৰ কৰে। শুকান কষ্টকৰ কাহ হয়। ডিঙিৰ ভিতৰটো চালে স্পষ্ট ফুলি ৰঙা পৰা দেখিবলৈ পোৱা যায়।
Calcarea Carb: পুৰণি ৰোগত সামান্য ঠাণ্ডালগা, ডিঙিত বতাহ লগা ইত্যাদি কাৰণত লেৰিংছত অত্য ন্ত বিষ হ’লে যেনেধৰণৰ লেৰিংজাইটিছ হওক Calcarea Carb ঔষধটো সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগ শুনকালে আৰুগ্য হয়।
Kalibichrom: এই ঔষধৰ প্ৰধান লক্ষণ সমূহ হ’ল-লেৰিংজাইটিছ ৰোগত যি খেকাৰ বা পূঁজ, তেজ ওলাই সেইবোৰ আঠাৰ দলে জেপেটিয়া হয় আৰু মুখৰ পৰা উলিয়াই পেলাওতে ৰচিৰ দৰে উলমি পৰে। এই লক্ষণৰ লগত ৰোগীয়ে অনবৰত গ’ল খেকাৰি মাৰি থকাৰ লক্ষণ থাকিলে Hydrastis Can ইটোৰ পিছত খিটো Kalibichrom ৰ লগত ব্যৱহাৰ কৰিলে অত্যন্ত জটিল ধৰণৰ লেৰিংজাইটিছো আৰুগ্য হয়। ইয়াৰওপৰিও লেৰিংজাইটিছৰ কেন্সাৰত উপৰিউক্ত লক্ষণবোৰ দৃষ্টিগোচৰ হ’লেও Kalibichrom আৰু Hydrastis Can ঔষধ কেইটা সেৱণ কৰিলে ৰোগ আৰুগ্য হয়।
Aesculus Hip: লেৰিংজাইটিছ ৰোগত ডিঙিৰ ভিতৰত জ্বলা-পোৰা কৰে, ডিঙি শুকায় যায়, ৰোগীয়ে ডিঙিৰ ভিতৰতে জ্বলা-পোৰা, খোঁচা-বিন্ধা কৰা আৰু বন্ধহৈ যোৱাৰ দৰে অনুভৱ কৰে।ওপৰি উক্ত লক্ষণ সমূহৰ লগত ৰোগীৰ কেচুমূৰীয়া,(Piles) থাকিলে, ভোক ভালদৰে নালাগিলে আৰু পেটৰ ভিতৰত বা গুহ্যদ্বাৰত গধুৰ অনুভৱ হ’লে লেৰিনজাইটিছ নতুন বা যিমান পুৰনি জটিল হ’লেও Aesculus Hip দ্বাৰা আৰুগ্য হয় ।
Acid Nitric: ৰোগীৰ যিকোনো সময়তে পানীলগা হৈ থাকে, কোনো কাৰণ নোহোৱাকৈ হঠাত অতিসাৰ হয়। খোৱাৰ কিছু অনিয়ম হ’লেই পেটৰ অসুখ হয়। লেৰিংজাইটিছত আক্ৰান্ত ৰোগীৰ ডিঙিত খোচা বিন্ধা কৰা বিষ থাকে। কথাকওঁতে ঘঁহাখাই ওলোৱাৰ দৰে মাত ওলাই। মাত প্ৰাই ভালদৰে নোলাই। কথাকলে, খালে, ডিঙিৰ বিষ অনুভৱ হয়। পুঁজ আৰু ৰঙা তেজ ওলাই। ডিঙিৰ নলীটোৰ কাষত সোঁফালে বা বাওঁ ফালে এডোখৰ থাইত খুচা-বিন্ধা কৰা বিষ থাকিলে Acid Nitric ঔষধ টোৰ দ্বাৰা ৰোগ আৰুগ্য হয়।
     ইয়াৰ ওপৰিও লেৰিংজাইটিছত Mercurius bin Iodide, Ferrumphos, Mercurius Sol, Phytolacca, Kalimur, kali phos, Alumina, Hepar sulphur, Dolichos, kali Carb, Drosera Rotundifolia, Aurum Triphyllum, Argentum Metallicum, Selenium আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ৰোগীক সুষ্ট কৰি তুলিব পাৰি।
DR HARIKANTA DAS

After flood what to do || বানপানীৰ পিছত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ

বানপানী

 After flood what to do  || বানপানীৰ পিছত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ

বানপানী আসমৰ জনজীৱনৰ বাবে এক পৰিচিত সমস্যা। বলীয়া বানে খেতি পথাৰ,ঘৰ দূৱাৰ উটাই নিয়াৰ উপৰিও জনজীৱনৰ মাজত বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিথৈ যায়। এই বানপানীৰ পিছত হোৱা স্বাস্থ্যজনিত সমস্যাৰ উপৰতেই অজি আমাৰ এই আলোচনা।

বানৰ পাছত সেমেকা বাসস্থান, বানে বুৰাইথৈ যোৱা কাপোৰ-কানি, বিচনাপত্ৰ আদিত বিভিন্ন প্ৰজাতিৰ পৰজীৱী ভেকুৰে বাসকৰে আৰু তেনেবোৰ আবাস স্থলতে বাস কৰিব লগা হোৱাত মানুহৰ ছালত নানা প্ৰকাৰৰ ফাংগেল ইনফেকছন হয়। খৰ, খজুৱতী, খহু আদি চৰ্মৰোগে দেখা দিয়ে। ছালৰ এলাৰ্জি সমস্যাই দেখা দিয়োৰ সম্ভাৱনাই বেছি থাকে। বানৰ পিছত সঘনাই বোকাপানী খচি থাকিব লগা হোৱাৰ ফলত আঙুলিৰ ফাকবোৰত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি ঘাঁ হোৱাৰ সম্ভাৱনাই বেছি থাকে। অন্যহাতে আকৌ বানে সৃস্টিকৰিথৈ যোৱা পলসবোৰ শুকোৱাৰ পাছত সহজতে ধূলি হৈ বতাহত উৰি যোৱাৰ ফলতো ছালৰ এলাৰ্জি সৃস্টি হব পাৰে। বান শুকোৱাৰ পাছত হিমোৰেজিক জ্বৰ, টাইফইড, ডেংগি, লেপ্তাস্পাইৰছিছ, ছালত ৰঙাপৰি চকলাবান্ধি দাগ হোৱা আদি ৰোগ হব পাৰে। সেমেকা কাপোৰ, বিছনা পত্ৰ ব্যৱহা কৰাৰ কাৰণে এলাৰ্জিৰ বাবে হোৱা শ্বাশ-প্ৰশ্বাস জনিত ৰোগ যেনে-এজমা,ব্ৰংকাইটিছ আদি অধিক হয়। বানত কুঁৱা, জান, জুৰী, নৈ আদিৰ পানীবোৰ দুষিত হয়। দমকল পানীত বুৰযায়, মল মূত্ৰৰ বিজানু, বানপানীত মৃত্যুহোৱা জীৱ-জন্তুৰ পৰা হোৱা বিজানু আদি নৈ, জান, জুৰা অদিত মিহলি হৈ পানী দুষিত হৈ পৰে। এনে পানী সেৱণ কৰি ডায়েৰীয়া, ডিচেন্টি, কলেৰা, টাইফয়ড, হেপাটাইটিছ`এ’ লেপ্টাস্পাইৰোছিছ আদি ৰোগ হব পাৰে। এই ৰোগীয়ে পানীত পায়খানা কৰিলে তেনে পানী সেৱন কৰা মানুহৰো একেই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

মহিলাৰ সমস্যাঃ


বান হৈ থকাৰ সময়তেই হওক বা বান পানীৰ পিছতেই হওক এই সময়খিনিত কিন্তু মহিলা সকল ভীষণ সমস্যাৰ সন্মুখীন হয়। আশ্ৰয় শিবিৰত থকাৰ অৱস্থাত বা গাঁৱলৈ ঘুৰি যোৱাৰ পাছত বানে উটাই নিয়া বাসস্থান বোৰৰ অভাবত বহু দিনলৈকে মানুহবোৰ সমূহীয়াকৈ থাকিব লগা হয়। যাৰ ফলত প্ৰস্ৰাৱ-পায়খানা কৰা, গা ধোৱা, কাপোৰ খলোৱা আদি কাম বোৰৰ কৰিবলৈ মহিলা খকলৰ বাবে গোপন স্থানৰ অভাৱ হয় আৰু তেওঁ লোক ভীষণ সমস্যাৰ সন্মুখীন হয়। তাতে যদি মহিলাৰ মাহেকীয়া হয় ভাবিব নোৱাৰা সমস্যা সন্মুখীন হয়। আমি দেখাপাঁও বানৰ সময়ত বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বাৰ্নাত্যৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰীৰ সাহাৰ্য্য আগবঢ়ায়। আমাৰ ফালৰ পৰা এই অনুষ্ঠান প্ৰতিষ্ঠান সমূহলৈ এটা অনুৰোধ যাতে মহিলা সকলৰ বাবে বিনামূলীয়া চেনীটেৰী নেপকিন যোগান দি মহিলা সকলৰ সমস্যা কিছূ লাঘৱ কৰিব। চৰকাৰী পক্ষই যাতে মহিলা আৰু পুৰুষৰ বাবে পৃথকে পৃথকে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাব লাগে। বানপানীৰ সময়ত বৰ্ণাত্যই খোৱাপানী ভালদৰে উতলাই খাব লাগে। পানীত ক্লৰিণ ব্যৱহাৰ কৰক- ক্লৰিণ পানীত মিহলালে মাইক্ৰবেক্টেৰিয়া আৰু হেপাটাইটিছ ‘এ’ বাদ দি পেৰাই ৯৯.৫% জল জনিত ৰোগ সৃষ্টি কৰিব পৰা বিজানু ধ্বংস হয়। খোৱাৰ আগতে ভালদৰে চাবোনেৰে হাত ধুব। খোৱা খাদ্যবোৰ ভালদৰে মাখি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব। কোঁৱা, জান, জুৰি আদিবৰ পানী গৰম নকৰাকৈ কেতিয়াও সেৱন কৰিব নালাগে।